Ads Area

সাধাৰণ বিজ্ঞান Part 1 Best Assam GK Quiz | Gyanmala Axom





প্রশ্ন : বিজ্ঞান মানে কি?
উত্তৰ : প্রাকৃতিক ঘটনাৱলী আৰু সেইবোৰৰ মাজৰ
পাৰস্পৰিক সম্পৰ্ক সমন্ধে পৰীক্ষা আৰু
পর্যবেক্ষণৰ মাধ্যমেৰে পোৱা সুশৃংখল জ্ঞানকেই
বিজ্ঞান বুলি কোৱা হয়।

প্রশ্ন : সৌৰ জগত বুলিলে আমি কি বুজিব পাৰোঁ?
উত্তৰ : সূৰ্যৰ লগত পোনপটীয়াকৈ সম্পর্ক থকা গ্রহ-
উপগ্ৰহ আৰু নানা জ্যোতিষ্কক লৈয়েই যিখন সৌৰ
সংসাৰ গঢ়ি উঠিছে তাৰ নামেই সৌৰজগত।
সৌৰজগত মহাবিশ্বৰ এটা অংশ।

প্রশ্ন : সূর্য কি?
উত্তৰ : হাতীপতি বা মিল্কিওৱে নামৰ আমাৰ অতি
ওচৰত থকা জ্যোতিস্ক মণ্ডলীটোৰ এমূৰে থকা এটা মধ্যম আকাৰৰ নক্ষত্র।

প্রশ্ন : নক্ষত্ৰ বুলিলে আমি কি বুজো?
উত্তৰ : মহাশূন্যত অৱস্থিত নিজা পোহৰেৰে উজ্জ্বলি থকা এটা জ্যোতিষ্ক। ইহঁতৰ চেহেৰা অতি বিশাল।

প্রশ্ন : কোনটো লক্ষ-কোটি নক্ষত্ৰৰ এক বিশাল সমষ্টি?
উত্তৰ : তাৰকা ৰাজ্য।

প্রশ্ন : সূৰ্যৰ ব্যাস কিমান ?
উত্তৰ : ৮ লাখ ৬৬ হাজাৰ মাইল ।

প্রশ্ন : এক পাৰছেকত কিমান আলোকবর্ষ ?
উত্তৰ : ৩.২৬ আলোকবর্ষ।

প্রশ্ন : এতিয়ালৈকে আৱিষ্কাৰ হোৱা সূৰ্যৰ গ্ৰহৰ সংখ্যা কিমান আৰু সেইবোৰ কি কি?
উত্তৰ : গ্রহ ৯ টা। বুধ, শুক্র, বৃহস্পতি, মংগল, শনি,
পৃথিৱী, ইউৰেনাছ, নেপচুন আৰু প্লুটো।

প্রশ্ন : পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান?
উত্তৰ : ১৪ কোটি ৯৭ লাখ ৩০ হাজাৰ কিলোমিটাৰ।

প্রশ্ন : পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান?
উত্তৰ : ৩ লাখ ৮২ হাজাৰ কিলোমিটাৰ।

প্রশ্ন : সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময়ৰ
প্রয়োজন হয়?
উত্তৰ : ৮ মিনিট ২০ চেকেণ্ড।

প্রশ্ন : পৃথিৱীৰ তুলনাত সূৰ্য কিমান ডাঙৰ?
উত্তৰ : তেৰ লাখ গুণ ডাঙৰ।

প্রশ্ন : সূর্য পৃষ্ঠৰ উষ্ণতা কিমান?
উত্তৰ : ৬০০০° ছেলছিয়াছ।

প্রশ্ন : সূৰ্যৰ শক্তিৰ উৎস কি বাৰু?
উত্তৰ : নিউক্লীয় সংযোজন।

প্রশ্ন : সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ : বুধ।

প্রশ্ন : সূৰ্যৰ পৰা আটাইতকৈ দূৰতথকা গ্ৰহটোৰ নাম
কি?
উত্তৰ : শনি।

প্রশ্ন : সৌৰজগতত থকা বৃহত্তম গ্ৰহটোৰ নাম কি?
উত্তৰ : বৃহস্পতি।

প্রশ্ন : পূবৰ পৰা পশ্চিমলৈ গতি কৰা গ্ৰহটোৰ নাম
কি?
উত্তৰ : ইউৰেনাছ।

প্রশ্ন : আমাৰ কোনটো গ্ৰহক সুঁৱতি তৰা বা সন্ধা ভৰা
বুলি কোৱা হয় ?
উত্তৰ : শুক্র গ্রহক।

প্রশ্ন : উপগ্ৰহ বুলিলে আমি কি বুজো?
উত্তৰ : সূৰ্যৰ চাৰিওফালে যেনেকৈ গ্রহবোৰ ঘূৰে
তেনেকৈ গ্রহব চাৰিওফালে যিবোৰ বস্তু পিণ্ড ঘূৰি
থাকে সেইবোৰকে উপগ্রহ বোলে।

প্রশ্ন : কোন গ্ৰহৰ কিমান উপগ্রহ আছে?
উত্তৰ : পৃথিৱীৰ ১টা চন্দ্ৰ, মংগলৰ দুটা, বৃহস্পতিৰ ১৪টা,
প্লুটোৰ ১টা,  বুধ আৰু শুক্ৰৰ কোনো উপগ্ৰহ নাই।

প্রশ্ন : আমি বাস কৰা পৃথিৱীখনৰ বয়স কিমান?
উত্তৰ : প্রায় ৮০০ কোটি বছৰ।

প্রশ্ন : কোনটো গ্ৰহৰ উপগ্রহ নাই?
উত্তৰ : বুধ গ্ৰহৰ।

প্রশ্ন : সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কোন গ্রহক
আটাইতকৈ বেছি সময় লাগে?
উত্তৰ : প্লুটোৰ। ২৪৭.৭ বছৰ লাগে।

প্রশ্ন :পৃথিবীৰ চাৰিওফালে প্রদক্ষিণ কৰিবলৈ চন্দ্ৰক
কিমান সময় লাগে?
উত্তৰ : ২৭.৩ দিন।

প্রশ্ন: সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি ?
উত্তৰ : গেনিমেড।

প্রশ্ন : আমি দেখি থকা ধ্রুব তৰা বা Pale Star বৈজ্ঞানিক নাম কি ?
উত্তৰ : আলফা আৰচি মাইনৰিছ।

প্রশ্ন: এতিয়ালৈকে আবিষ্কৃত ব্ৰহ্মাণ্ডৰ সকলোতকৈ
ডাঙৰ তৰাটোৰ নাম কি ?
উত্তৰ : এপছাইলন অ'ৰিগি। ইয়াৰ ব্যাস সূৰ্যতকৈ ৩০০০
গুণ বেছি।

প্রশ্ন : আমি দেখি থকা চন্দ্ৰটোৰ ব্যাস কিমান?
উত্তৰ : ২১৬২ মাইল।

প্রশ্ন: চন্দ্ৰৰ ওপৰভাগ সমতলনে?
উত্তৰ : নহয়। চন্দ্ৰৰ ওপৰ ভাগ ওখ-চাপৰ, সৰু-ডাঙৰ,
পৰ্বত-পাহাৰ আৰু বালিময়।

প্রশ্ন : এণ্ডোমিতা বুলিলে আমি কি বুজো?
উত্তৰ : এটা নিহাবিকাৰ নাম। এই জলন্ত বাস্পপিণ্ডৰ
ওজন সূর্যতকৈ তিনি হাজাৰ গুণ বেছি।

প্রশ্ন : আমি বাস কৰা পৃথিৱীখনৰ ব্যাস আৰু আয়তন
কিমান?
উত্তৰ : পৃথিৱীৰ ব্যাস ৭৯৭২ মাইল আৰু আয়তন
১৯৬৫৫০ মাইল।

প্রশ্ন : চন্দ্ৰত জীব আছেনে? যদি আছে কেনে ধৰণৰ
জীব?
উত্তৰ: চন্দ্ৰত কোনে৷ ঘৰণৰ জীৱ নাই। ইয়াত বতাহ নাই,
আবহাওৱা নাই। ব’দ পৰা ঠাইত প্ৰচুৰ গৰম, ৰ'দ
নপৰা ঠাইত প্রচণ্ড চেঁচা। গতিকে তাত জীৱ থকাটো
সম্ভৱ নহয়।

প্রশ্ন : পৃথিৱীৰ গতিবেগ কিমান?
উত্তৰ : চেকেণ্ডত ১৮৫ মাইল।

প্রশ্ন : ধুমকেতু কি?
উত্তৰ : গ্ৰহবোৰৰ দৰে সূৰ্যক প্রদক্ষিণ কৰা এবিধ
জ্যোতিষ্ক। ধুমকেতুৱে সূৰ্যৰ ওচৰ চাপিলে সূৰ্যৰ
তাপত গেছৰ আয়তন বঢ়াৰ বাবে দুমুখীয়া নেজৰ
সৃষ্টি কৰে। এফালে মূৰ, এফালে নেজ। নেজ
সদায় সূৰ্যৰ ওলোটা ফালে থাকে।

প্রশ্ন : হেলীৰ ধুমকেতু শেহতীয়াকৈ কিমান চনত দেখা
গৈছিল?
উত্তৰ : ইংৰাজী ১৯৮ চনত।

প্রশ্ন : পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটোৰ নাম কি?
উত্তৰ : শুক্র।

প্রশ্ন : নক্ষত্ৰৰ সমষ্টিৰ সজ্জাটোক কি বুলি কোৱা হয় ?
উত্তৰ : নক্ষত্রপুঞ্জ।

প্রশ্ন : কোনটো গ্রহ ভূ-গ্রহ নহয় ?
উত্তৰ : বৃহস্পতি।

প্রশ্ন : কোনটো গ্ৰহ জভিয়ান গ্রহ নহয় ?
উত্তৰ : মংগল গ্রহ।

প্রশ্ন : সৌৰজগতৰ উজ্জ্বলতম নক্ষত্ৰটোৰ নাম কি ?
উত্তৰ : চিৰিয়াছ।

প্রশ্ন : বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি সম্বন্ধীয় মহাবিস্ফোৰণ বাদ
নামৰ তত্ত্বটো আগবঢ়োৱা বিজ্ঞানীজনৰ নামকি?
উত্তৰ : হাবল।

প্রশ্ন : মহাকাশৰ ক্ষুদ্রতম নক্ষত্ৰটোৰ নাম কি ?
উত্তৰ : ক্ৰাক্‌চ এষ্ট লিছ।

প্রশ্ন : মহাকাশৰ ৰঙা গ্রহ কোনটো?
উত্তৰ : মঙ্গলগ্রহ।

প্রশ্ন : গ্ৰহৰ গতিসূত্ৰবোৰ কোনে উত্থাপন কৰিছিল?
উত্তৰ : কেপ্‌প্লাৰে।

প্রশ্ন : “নেবুলাৰ প্ৰকল্প” নামেৰে আমাৰ সৌৰ জগতৰ
উৎপত্তি ব্যাখ্যা কৰিবলৈ আগবঢ়োৱা তত্ত্বটো কোনে 
উত্থাপন কৰিছিল?
উত্তৰ : লেপলেছে।

প্রশ্ন : বেছিভাগ ধূমকেতু কিহেৰে গঠিত?
উত্তর : শীতল পানী, কার্বন ডাই-অক্সাইড আৰু
মিথেনেৰে।

প্রশ্ন : সৌৰ জগতত সূৰ্যৰ ভৰৰ শতাংশ কিমান?
উত্তৰ : প্রায় ৯৯.৮৬।

প্রশ্ন : কোন গৰাকী বিজ্ঞানীয়ে জ্যোতি বিজ্ঞান সম্বন্ধীয়
পর্যবেক্ষণত পোন প্রথমে দুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ
কৰিছিল?
উত্তৰ : গেলিলিঅ'।

Post a Comment

0 Comments

Top Post Ad

Below Post Ad