
* অসমত স্থাপিত প্রথম কলেজ খনৰ নাম কি?
→ কটন কলেজ (১৯০১ চন)
→ কটন কলেজ (১৯০১ চন)
* ২০০২ চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া
সাহিত্যিক গৰাকী কোন?
→ ড° ভবেন্দ্র নাথ শইকীয়া।
* ভাষা আন্দোলনৰ প্রথম শহীদ কোন আছিল?
→ ৰঞ্জিত বৰপূজাৰী (১৯৬০ চনৰ ৪ জুলাই)।
* অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল?
→ শ্ৰীমন্ত শংকৰদেৱ।
* কাক অসমীয়া ব্যাস বুলি কোৱা হয়?
→ ৰাম সৰস্বতী।
* 'ৰামধেনু' আলোচনীৰ সম্পাদক কোন আছিল?
→ মহেশ্বৰ নেওগ, বীবেন্দ্র কুমার ভট্টাচার্য, বাধিকা
মোহন ভাগৱতী
* “আবাহন” ৰ প্ৰথম সম্পাদক কোন আছিল?
→ দীননাথ শৰ্মা।
* “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ জন্ম কেতিয়া
হৈছিল?
→ ১৮৮৮ চনৰ ২৫ আগষ্টত, কলিকতাত।
* চৈয়দ আব্দুল মালিকে শ্রীমন্ত শংকৰদেৱৰ বিষয়ে
লিখা পুথিখন
→ ধন্য নৰতনু ভাল।
* অসমীয়া ভাষাত প্রকাশিত প্রথম সাপ্তাহিক
আলোচনীখনৰ নাম কি ?
→ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য সম্পাদিত— 'নবযুগ'
* ‘জোনাকী' ৰ প্ৰথম সম্পাদক কোন আছিল?
→ চন্দ্ৰকুমাৰ আগৰৱালা।
* ‘বাঁহী' ৰ প্ৰথম সম্পাদক কোন আছিল?
→ লক্ষ্মীনাথ বেজবৰুৱা।
* ড’ মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী
বঁটা পোৱা গ্ৰন্থখনৰ নাম কি ?
→ মামৰে ধৰা তৰোৱাল (১৯৮২ চন)।
* চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে
লিখা পুথিখন
→ প্ৰেম অমৃতৰ নদী।
* সাহিত্য অকাডেমী পুৰষ্কাৰ পোৱা 'ৰং মিলিৰ হাঁহি'
উপন্যাসখনৰ ৰচক কোন?
→ ৰংবং তেৰাং।
* অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন
আছিল?
→ কৃষ্ণকান্ত সন্দিকৈ (৩৯ বছৰ বয়সত)।
* 'চিৰ চেনেহী মোৰ ভাষা জননী' -এই গীতটো
কোনে ৰচনা কৰিছিল ?
→ সাহিত্যাচার্য মিত্ৰদেৱ মহন্তই
* ‘অনুৰাধাৰ দেশ’ উপন্যাসখন কোনে ৰচনা
কৰিছিল?
→ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে।
* ২০০৮ চনৰ সাহিত্য অকাডেমী পুৰষ্কাৰ লাভ
কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?
→ ৰীতা চৌধুৰী (গ্রন্থ : দেও লাংখুই)
* ভবেন্দ্ৰ নাথ শইকীয়াই সাহিত্য অকাডেমী বঁটা পোৱা
পুথিখনৰ নাম কি ?
→ শৃংখল (১৯৭৬)।
* অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল?
→ যুগল দাসে।
* ‘পৃথিৱীৰ অসুখ' নামৰ গল্প পুথিখন কোনে
লিখিছিল ?
→ যোগেশ দাসে (সাহিত্য অকাডেমী বঁটাৰে পুৰস্কৃত)।
* অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন
আছিল ?
→ শৰৎ চন্দ্ৰ গোস্বামী।
* ‘সোণৰ খাৰু নালাগে মোক' নামৰ উপন্যাসৰ
লেখক কোন?
→ ধীৰেণ বৰুৱা।
* ৰাষ্ট্ৰপতিৰ ‘পদ্মশ্রী' উপাধি পোৱা প্ৰথম অসমীয়া
মহিলা গৰাকী কোন?
→ নলিনী দেৱী।
* প্রথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি
→ সংগীত কোষ।
* অসমীয়া নাট্য সাহিত্যৰ জনক কোন? তেওঁৰ
প্রথম নাটক খনৰ নাম কি?
→ শ্ৰীমন্ত শংকৰদেৱ। নাটকখনৰ নাম 'চিহ্নযাত্রা'।
* প্রথম অসমীয়া চুটি গল্পটোৰ নাম কি?
→ লক্ষ্মীনাথ বেজবৰুৱাৰ 'কন্যা'।
* লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য
অকাডেমী বঁটা লাভ কৰিছিল?
→ ‘মানুহ বিচাৰি' নামৰ পুথিৰ বাবে।
* ‘সাহিত্য অকাডেমী' পুৰষ্কাৰ লাভ কৰা প্ৰথম
অসমীয়া গল্প সংকলনখনৰ নাম কি?
→ সৌৰভ কুমাৰ চলিহাৰ ‘গোলাম'।
* কোনে প্রথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল?
→ যাদুৰাম ডেকা বৰুৱাই।
* অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম
কি?
→ বিন্দু।
* প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
→ বাইবেল। (১৮১৩ চনত ছপা হয়)
* দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম
কি?
→ ‘সাগৰ দেখিছা’।
* আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল?
→ “অৰুণোদয়” যুগৰ এজন বিখ্যাত লিখক।
* জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম
কি?
→ 'লুইতৰ পাৰৰ অগ্নিসুৰ'।
* বিষ্ণু ৰাভাৰ গল্প পুথিখনৰ নাম কি?
→ সোণপাহি।
* কেৱল মহিলাৰ বাবে প্রকাশিত অসমীয়া
বাতৰিকাকত?
→ ‘উৰুলি'।
Read More -
Give suggestion in making this site a better than today